Order Today Collect Tomorrow - Choose Local Pickup
Order Today Collect Tomorrow - Choose Local Pickup
₹ 3,795.00 Original price was: ₹ 3,795.00.₹ 2,999.00Current price is: ₹ 2,999.00.
Upanyas Samagra Dr. Dhrubajyoti Bora
উপন্যাস সমগ্ৰ পাঁচোটা খণ্ডত মুঠ ২৭ খন উপন্যাস
ড০ ধ্ৰুৱজ্যোতি বৰা
PUBLICATION: AANK BAAK
Out of stock
‘ৰামধেনু যুগ’ৰ পৰৱৰ্তী পৰ্যায়ৰ শ্ৰেষ্ঠ অসমীয়া লেখকসকলৰ ভিতৰত ড০ ধ্ৰু¸ৱজ্যোতি বৰা অন্যতম। ‘উপন্যাস সমগ্ৰ’ৰ পাঁচোটা খণ্ডত মুঠ ২৭খন উপন্যাস অন্তৰ্ভুক্ত হৈছে। ড০ বৰাৰ বেছিভাগ উপন্যাসৰে বিষয়বস্তু সাৰ্বজনীন আৱেদনেৰে পৰিপুষ্ট। এই উপন্যাসসমূহৰ পঠনে বিশ্ব সাহিত্যৰ সাম্প্ৰতিক চিন্তা আৰু শৈলী তথা নেৰেটিভৰ ক্ষেত্ৰত লাভ কৰা বিস্ময়কৰ আৰু সুখকৰ অভিজ্ঞতাবোৰৰ দৰেই পঢ়ুৱৈক অনন্য সোৱাদ আৰু চিন্তাৰ মুখামুখি কৰোৱায়। তেখেতৰ কেইবাখনো উপন্যাসৰ মাজত থকা ‘ছেটায়াৰ’ৰ উপাদান নিসন্দেহে অসমীয়া উপন্যাসৰ ইতিহাসতে বিৰল। ড০ বৰাৰ বুদ্ধিদীপ্ত চিন্তা আৰু ভাষাই এই উপন্যাসবোৰক কৰি তোলে অতুলনীয়। সাহিত্য, সমাজ-ৰাজনৈতিক বিষয়ত, বিশেষকৈ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত ড০ বৰাৰ অধ্যয়নৰ বিশালতা, চিন্তাৰ স্বকীয়তা আৰু গভীৰতা; সৰ্বোপৰি তেখেতৰ মেধা আৰু প্ৰতিভা প্ৰতিখন উপন্যাসতে উদ্ভাসিত হৈ উঠিছে। এই আটাইখিনি উপন্যাস পঢ়াৰ পাছত এজন পঢ়ুৱৈৰ এই কথা স্বীকাৰ কৰিবলৈ অকণো কুণ্ঠাবোধ নহয় যে—অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ পাঁচজন ঔপন্যাসিকৰ নাম নিৰ্বাচন কৰিব লগা হ’লে নিসন্দেহে ড০ ধ্ৰুৱজ্যোতি বৰাৰ নাম এই তালিকাৰ শীৰ্ষৰ ফালে অন্তৰ্ভুক্ত হ’ব।
Source Facebook: Saumitra Jogee Page





Powered by YARPP.
₹ 300.00 Original price was: ₹ 300.00.₹ 225.00Current price is: ₹ 225.00.
₹ 999.00 Original price was: ₹ 999.00.₹ 749.00Current price is: ₹ 749.00.
Out of stock
Out of stock
Out of stock
Out of stock
Out of stock
Out of stock
In stock
Out of stock
Out of stock
In stock
In stock
Out of stock
© scientiabooks.in an online Book Store in Guwahati, Assam India.