No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
₹ 330.00 Original price was: ₹ 330.00.₹ 280.00Current price is: ₹ 280.00.
Unabingsha Satika Aru Lambodar Bora by Dr. Jagannath Barman
ঊনবিংশ শতিকা আৰু লম্বোদৰ বৰা
ড° জগন্নাথ বৰ্মন
PUBLICATION : PURBAYON PUBLICATION পূৰ্বায়ণ প্ৰকাশন
PRICE RS. 330
Out of stock
ঊনবিংশ শতিকাৰ এগৰাকী নিষ্ঠাৱান গদ্যশিল্পীৰ জীৱন আৰু সাহিত্য সম্পৰ্কীয় এখন গৱেষণামূলক গ্ৰন্থ
ড০ জগন্নাথ বৰ্মনৰ
ঊনবিংশ শতিকা আৰু লম্বোদৰ বৰা
দাম : ৩৩০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
অসমীয়া সাহিত্য আৰু সমাজৰ প্ৰতি লম্বোদৰ বৰাৰ অৱদান অতুলনীয়। বেজবৰুৱাই তেওঁৰ বিষয়ে লেখা তলৰ কথাখিনিয়ে বৰাৰ ভাবমূৰ্তি সুন্দৰভাবে ফুটাই তুলিছে। “…. তেওঁ এজন উ ৎসাহী, প্ৰকৃত শিক্ষিত আৰু স্বাধীন ভাবৰ মানুহ আছিল৷ তেওঁৰ মৃত্যুত আসামে এখন কথা কোৱা মুখ, কাম কৰা হাত, এটা চিন্তা কৰা মূৰ হেৰুৱালে৷ অসমীয়া উকিল সকল এজন উপযুক্ত লগৰীয়া, সভা-সমিতি কৰাসকল এজন উৎসাহী সংগী, সাহিত্য ব্যৱসায়ীসকল এজন লাগতিয়াল সহযোগী, স্বদেশ হিতৈষীসকল এজন নিভাঁজ বন্ধুৰপৰা বঞ্চিত হ’ল৷ তেওঁ পঢ়ি-শুনি পঢ়াশালিৰপৰা ওলাই সংসাৰত সোমাবৰ সৰহ দিন হোৱা নাছিল, কিন্তু এই অলপ দিনৰ ভিতৰতে তেওঁ যেনে উদ্যম, যেনে যত্নৰে সৈতে মাতৃভূমি, মাতৃভাষাৰ হিতৰ অৰ্থে আপোনাক সঁপি দিছিল, তাক দেখি তেওঁৰপৰা আগলৈ আমি আৰু বহুত আশা কৰিছিলোঁ৷ কিন্তু আমাৰ আশাৰ কোমল লতা-জুপিও কলিয়াওঁতেই বৰ কুঠাৰ পৰিল৷”
Powered by YARPP.
₹ 2,000.00 Original price was: ₹ 2,000.00.₹ 1,500.00Current price is: ₹ 1,500.00.
₹ 400.00 Original price was: ₹ 400.00.₹ 260.00Current price is: ₹ 260.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.