এগৰাকী প্ৰাণৱন্ত লেখক, অলেখ জীৱনৰ সংগ্ৰাম, জীৱনৰ সৌন্দৰ্য, অন্তৰদ্ৰাৱী ভাষা আৰু কিছু বৈচিত্ৰ্যময় লেখা
ৰঞ্জিত হাজৰিকাৰ
শত জীৱন কত কথা
এগৰাকী জীৱন বিলাসী লেখক, সূক্ষ্মদৰ্শী সাংবাদিক ৰঞ্জিত হাজৰিকাৰ এখন ব্যতিক্ৰমী গ্ৰন্থ। শতজন আপাতঃ সাধাৰণ মানুহৰ জীৱনৰ বৈচিত্ৰ্যময় সৌন্দৰ্যক উদ্ভাসিত কৰি তোলাৰ প্ৰয়াস এই গ্ৰন্থৰ পাতে পাতে। সৰল-সহজ ভাষা আৰু গভীৰতম অনুভূতিৰ কৰ্ষণেৰে লিখা এই গ্ৰন্থৰ প্ৰতিটো লেখাই আমাৰ চিনাকি জগতৰ পৰিচিত মানুহবোৰৰ অচিনা, অদেখা ৰূপকে তুলি ধৰিছে নিৰহ-নিপানীকৈ। এই কাহিনীবোৰ একেধাৰে সংগ্ৰামৰ কাহিনী, অনুপ্ৰেৰণাৰো কাহিনী।
দাম: ২২০.০০ টকা
পূৰ্বায়ণ প্ৰকাশন

Soto Jeebon Koto Kotha by Ranj...
error: Content is protected !!