Order Today Collect Tomorrow - Choose Local Pickup
Order Today Collect Tomorrow - Choose Local Pickup
₹ 180.00 Original price was: ₹ 180.00.₹ 153.00Current price is: ₹ 153.00.
Schrodingeror Mekuri by Bipuljyoti Saikia
শ্ৰডিঙ্গাৰৰ মেকুৰী
বিপুলজ্যোতি শইকীয়া (Author)
Purbayon Publication
Price Rs. 180
Out of stock
অসমীয়া কবিতাক ‘বিপুলায়তন’ দিয়া এগৰাকী কবি
বিপুলজ্যোতি শইকীয়াৰ
শ্ৰডিঙ্গাৰৰ মেকুৰী
দাম : ১৮০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
আজিয়েই সংগ্ৰহ কৰক
১৯৮৯ চনত প্ৰকাশিত ‘মহাকাব্যৰ প্ৰথম পাত’ কাব্যসংকলনেৰে অসমীয়া কবিতাত নিগাজী স্থান অধিকাৰ কৰি থৈছে কবি বিপুলজ্যোতি শইকীয়াই। দশকৰ পাছত দশক ধৰি কাব্য অনুৰাগীক আলোড়িত কৰি ৰাখিবলৈ সক্ষম হোৱা কবিগৰাকীৰ দীঘলীয়া বিৰতিৰ পাছত ওলোৱা নতুন সংকলন ‘শ্ৰডিঙ্গাৰৰ মেকুৰী’ও হৈ উঠিছে পঢ়ুৱৈৰ আদৰৰ সম্পদ। এই সংকলনখনত কবিগৰাকীয়ে ২০০২ চনৰ পৰা এতিয়ালৈ লিখা ভালেমান বাছকবনীয়া কবিতা প্ৰকাশ পাইছে। অসমীয়া কবিতাৰ ইতিহাসৰ স্বৰ্ণস্বাক্ষৰ হৈ জিলিকি থাকিবলগীয়া এইগৰাকী কবিৰ এই নতুন কবিতালানিয়ে সকলো কবিতা অনুৰাগীৰে অন্তৰ জুৰাবলৈ সক্ষম হোৱাই নহয় অসমীয়া কবিতাৰ বিপুলায়তন বিস্তৃতিৰ সৈতেও সকলোকে নতুনকৈ পৰিচয় কৰাই দিব।
Powered by YARPP.
₹ 500.00 Original price was: ₹ 500.00.₹ 350.00Current price is: ₹ 350.00.
₹ 299.00 Original price was: ₹ 299.00.₹ 280.00Current price is: ₹ 280.00.
In stock
In stock
In stock
Out of stock
Out of stock
In stock
Out of stock
Out of stock
Out of stock
In stock
Out of stock
In stock
© scientiabooks.in an online Book Store in Guwahati, Assam India.