No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 220.00 Original price was: ₹ 220.00.₹ 154.00Current price is: ₹ 154.00.
পাশ্চাত্য সাহিত্য দৃষ্টি আৰু সৃষ্টি
ড° ধ্ৰুৱজ্যোতি দাস
PRACHATYA SAHITYA : DRISHTI ARU SHRISTI : A COLLECTION OF ARTICELS ON WESTERN LITERATURE
WRITTEN BY : DR. DHRUBAJYOTI DAS
PUBLICATION : PURBAYON
ISBN : 978-93-93881-82-3
প্ৰথম প্ৰকাশ : জুন, 2022
PAGES : 123
LANGUAGE : ASSAMESE
In stock
পাশ্চাত্য সাহিত্যৰ বহুকেইগৰাকী বৰেণ্য সাহিত্যিকৰ মহৎ সৃষ্টিৰ দৃষ্টি-দৰ্শন সম্বন্ধীয় মননশীল এটি নিবন্ধ সংকলন— “পাশ্চাত্য সাহিত্য : দৃষ্টি আৰু সৃষ্টি”। ড০ ধ্ৰুৱজ্যোতি দাসৰ এই গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ন প্ৰকাশনে।
ইয়াত সন্নিৱিষ্ট হৈছে আমেৰিকান কবি-দাৰ্শনিক ৰাল্ফ্ ৱাল্ডো এমাৰছনৰ পৰা তুৰ্কী সাহিত্যিক অ’ৰহান পামুকলৈকে, ইংৰাজ কবি জ’ন কীটছৰ পৰা ফৰাছী ঔপন্যাসিক পেট্ৰিক মোডিয়ানোলৈকে বিশ্ববিশ্ৰুত সাহিত্যিকসকলৰ অনন্য কৰ্মৰাজি আৰু জীৱন-দৰ্শন বিষয়ক মনোজ্ঞ আলোচনা।
সাহিত্যিকসকলৰ ৰচনা-সম্ভাৰৰ আধাৰত তেওঁলোকৰ জীৱনবোধ, মৃত্যুচেতনা আদিৰ দৰে গভীৰ দিশসমূহ লেখকে সূক্ষ্ম দৃষ্টিকোণেৰে অনুধাৱন কৰা পৰিলক্ষিত হৈছে। তেনে কৰিবলৈ যাওঁতে লেখকে এই মহান স্ৰষ্টাসকলৰ মূল সৃষ্টিৰ চিন্তা-সূত্ৰৰ উদ্ঘাটন তথা চিত্তাকৰ্ষক টিপ্পনীৰে ৰসোত্তীৰ্ণ আৰু কৌতূহলী পাঠকক সময়-সাপেক্ষ পাশ্চাত্য সাহিত্য জ্ঞানৰ সম্ভেদ দিবলৈ সক্ষম হৈছে। এই প্ৰয়াসে গ্ৰন্থখনক এক বৌদ্ধিক গুৰুত্ব প্ৰদান কৰিছে।
ক’ব পাৰি যে, গ্ৰন্থখনে পাশ্চাত্য সাহিত্য চৰ্চাকাৰী অনুসন্ধিৎসু পাঠকৰ লগতে সাহিত্যৰ ছাত্ৰ-গৱেষকসকলক বিশেষভাৱে উপকৃত কৰিব।
পাশ্চাত্য সাহিত্য: দৃষ্টি আৰু সৃষ্টি
ড০ ধ্ৰুৱজ্যোতি দাস
পূৰ্বায়ণ প্ৰকাশন
পাশ্চাত্য সাহিত্য দৃষ্টি আৰু সৃষ্টি
ড° ধ্ৰুৱজ্যোতি দাস
PRACHATYA SAHITYA : DRISHTI ARU SHRISTI : A COLLECTION OF ARTICELS ON WESTERN LITERATURE
WRITTEN BY : DR. DHRUBAJYOTI DAS
PUBLICATION : PURBAYON
ISBN : 978-93-93881-82-3
প্ৰথম প্ৰকাশ : জুন, 2022
PAGES : 123
LANGUAGE : ASSAMESE
Powered by YARPP.
₹ 490.00 Original price was: ₹ 490.00.₹ 392.00Current price is: ₹ 392.00.
₹ 180.00 Original price was: ₹ 180.00.₹ 117.00Current price is: ₹ 117.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.