No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
₹ 220.00 Original price was: ₹ 220.00.₹ 187.00Current price is: ₹ 187.00.
পোহৰৰ তুলিকা, সাগৰৰ পাৰত এটা ঘৰৰ সপোন আৰু ৰৱীন্দ্ৰন ছাৰ
ড॰ ৰত্নোত্তমা দাস বিক্ৰম
Poharor Tulika – Sagaror Parot Eta Gharar Sopon Aru Raveendran Sir
Dr. Ratnottama Das Bikram
PUBLICATION : PURBAYON PUBLICATION পূৰ্বায়ণ প্ৰকাশন
Out of stock
অভিজ্ঞতা আৰু সংবেদনশীলতাৰ অতুলনীয় নিদৰ্শন
এখন ব্যতিক্ৰমী কিতাপ
দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা
ড॰ ৰত্নোত্তমা দাস বিক্ৰমৰ
পোহৰৰ তুলিকা, সাগৰৰ পাৰত এটা ঘৰৰ সপোন আৰু ৰৱীন্দ্ৰন ছাৰ
দাম : ২২০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ গুৱাহাটী-০১
সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এটা প্ৰতিষ্ঠিত নাম ড॰ ৰত্নোত্তমা দস বিক্ৰম৷ ঔপন্যাসিক, গৱেষক, অনুবাদক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ৰত্নোত্তমা দাস বিক্ৰমে বাতৰিকাকতত লিখা স্তম্ভৰেও অতি জনপ্ৰিয় হৈ পৰিছে৷ বাতৰি কাকতত তেওঁ বিভিন্ন সময়ত লিখা একাধিক জনপ্ৰিয় স্তম্ভলেখাৰ নিৰ্বাচিত কিছুসংখ্যক লেখা সামৰিয়েই তেওঁ এই গ্ৰন্থখন যুগুতাই উলিয়াইছে৷ এই লেখাসমূহ মূলতঃ লেখিকাৰ অভিজ্ঞতা নিসৃত লেখা হ’লেও সময়ৰ কিছুমান ছায়া-ছবি, কঠিন আৰু যাতনাগধুৰ সময়ৰ ধাৰাভাষ্য লেখাসমূহে তুলি ধৰিছে৷ লেখিকাৰ অধ্যয়নৰ বিস্তৃত পৰিসৰ আৰু আৰু অভিজ্ঞতাৰ বিচিত্ৰতাই লেখাবোৰৰ গভীৰতা আৰু ব্যাপ্তি অধিক বৃদ্ধি কৰিছে৷ গ্ৰন্থখনত সন্নিৱিষ্ট ‘পোহৰৰ তুলিকা’, ‘হিন্দু কি মুছলমান’, ‘দিঘিল’, ‘সন্ত্ৰাসৰ স্মৃতিবোৰৰ পৰ্যটন’, ‘বলিৰ গাহৰি মাংসৰ প্ৰসাদৰ টোপোলা দুটা’, ‘কাৰণ, দূৰৈৰ কাৰ্বি গাঁও কিছুমানত মই ঘূৰি ফুৰিছিলোঁ’ আদিত তেওঁৰ অভিজ্ঞতাৰ বিস্তৃতি, বোধৰ পৰিসৰ আৰু সমাজ সচেতনতাৰ নিদৰ্শনকে দাঙি ধৰিছে৷
Powered by YARPP.
₹ 349.00 Original price was: ₹ 349.00.₹ 244.00Current price is: ₹ 244.00.
₹ 350.00 Original price was: ₹ 350.00.₹ 262.00Current price is: ₹ 262.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.