No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
₹ 160.00 Original price was: ₹ 160.00.₹ 136.00Current price is: ₹ 136.00.
Phorasi Kabita
Ratul Kumar Saikia
ফৰাচী কবিতা
ৰাতুল কুমাৰ শইকীয়াৰ
পঁচিছগৰাকী কবিৰ বাছকবনীয়া কবিতাৰ সাৰ্থক অনুবাদ
PUBLICATION : PURBAYON PUBLICATION পূৰ্বায়ণ প্ৰকাশন
PRICE RS. 160
Out of stock
ৰাতুল কুমাৰ শইকীয়াৰ ‘ফৰাচী কবিতা’ এখন গুৰুত্বপূৰ্ণ অনুবাদ গ্ৰন্থ৷ দীৰ্ঘকাল ধৰি নিৰৱচ্চিন্ন নিষ্ঠাৰে অনুবাদৰ কাম কৰি অহা ৰাতুল কুমাৰ শইকীয়াৰ শ্ৰম আৰু কাব্যবোধৰ নিদৰ্শন এই গ্ৰন্থখনে নিপুনভাৱে তুলি ধৰিছে৷ অনুবাদকে ঊনবিংশ শতিকাৰ ৰোমাণ্টিক কবি জেৰাৰ্ড ডে নেৰ্ভেলৰ পৰা আৰম্ভ কৰি কুৰি শতিকাৰ অধিবাস্তৱবাদী কবি ৰ’বাৰ্ট ডেচনচলৈকে মুঠতে পঁচিছগৰাকী কবিৰ কবিতা অন্তৰ্ভুক্ত কৰিছে৷ জেৰাৰ্ড ডে নেৰ্ভেল, শ্বাৰ্ল ব’দলে’ৰ, ট্ৰিষ্টান ক’ৰবিয়েৰ, ষ্টিফেন মালামে, পল ভেৰ্লেইন, আৰ্তুৰ ৰেম্বো, জুল লাফাগ, পল ক্লেদেল, চেণ্ট জন পেৰ্চ, পল ভালেৰি, গিয়’ম আপোলেনা, আন্তনাঁ আখ্তো, লুই আৰাগ’, অঁৰি মিশ্বো, ফিলিপি্ ছুপো, ৰেনে শ্বাখ্, ঈভ বন্ফৱা, য়ুজেন গিয়াভিক, ৰ’বাৰ্ট ডেচনচ আদিৰ দৰে কবিসকলৰ কবিতা অন্তৰ্ভুক্ত হৈছে৷ যিয়ে ফৰাচী কাব্য পৰম্পৰাৰ সৈতে কাব্যৰসিকক আড়ম্বপূৰ্ণভাৱে চিনাকি কৰাই দিবলৈ সক্ষম হ’ব বুলি নিসন্দেহে আশা কৰিব পাৰি৷
Powered by YARPP.
₹ 2,000.00 Original price was: ₹ 2,000.00.₹ 1,500.00Current price is: ₹ 1,500.00.
₹ 400.00 Original price was: ₹ 400.00.₹ 260.00Current price is: ₹ 260.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.