No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
₹ 250.00 Original price was: ₹ 250.00.₹ 212.00Current price is: ₹ 212.00.
মৰুনে – জ্ঞানকমল
Morune
Author Gyankamal
PUBLICATION : PURBAYON PUBLICATION পূৰ্বায়ণ প্ৰকাশন
PRICE RS. 250
Out of stock
জ্ঞানকমলৰ উপন্যাস ‘মৰুনে’ বিভিন্ন দিশৰ পৰা গুৰুত্বপূৰ্ণ এখন উপন্যাস। উপন্যাসখনৰ বিষয়বস্তুৱেই অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ। ডাইনী। ডাইনী নামৰ এই কুসংস্কাৰ তথা অন্ধবিশ্বাসৰ বলি হৈ বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই বিষয়টোক লৈয়েই জ্ঞানকমলে লিখি উলিয়াইছে ‘মৰুনে’ উপন্যাসখন। উপন্যাসখনৰ তিনিটাকৈ সংস্কৰণ প্ৰকাশেই প্ৰমাণ কৰে ঔপন্যাসিকৰ সফলতা আৰু সাৰ্থকতা। জনজাতীয় সমাজ এখনৰ জনবিশ্বাসৰ আধাৰত গঢ় দিয়া এই উপন্যাসৰ কাহিনীয়ে এই স্পৰ্শকাতৰ বিষয়টোৰ অভ্যন্তৰলৈ গৈ অনুধাৱন কৰাত পঢ়ুৱৈক নিসন্দেহে সহায় কৰিব। কিদৰে এটা সচেতনতাৰ অভাৱে সৰল জনবিশ্বাস এটাই সমাজৰ বাবে মাৰাত্মক ব্যাধি এটাৰ ৰূপ লয় তথা কিদৰে ই কিছুমান দুৰ্ভগীয়া মানুহৰ জীৱনক নিঃশেষ কৰি পেলোৱাৰ উপক্ৰম ঘটায় সেয়া অতি মৰ্মস্পৰ্শী ভাষাৰে লিখি উলিয়াইছে জ্ঞানকমলে। কেৱল এয়াই নহয়, তেওঁ উপন্যাসৰ কাহিনীৰ মাজেৰে ইয়াৰ সমাধানৰ পথৰো সন্ধান কৰিছে। এইগৰাকী সমাজ সচেতন ঔপন্যাসিকৰ সমাজমুখী আৰু তীব্ৰভাৱে যুক্তিবাদী এই উপন্যাসখন পঠনে সকলো সচেতন আৰু সমাজমুখী পঢ়ুৱৈকে দিব অনন্য আস্বাদ।
মৰুনে
জ্ঞানকমল
পূৰ্বায়ণ প্ৰকাশন
দাম ২৫০ টকা
Powered by YARPP.
₹ 349.00 Original price was: ₹ 349.00.₹ 244.00Current price is: ₹ 244.00.
₹ 400.00 Original price was: ₹ 400.00.₹ 280.00Current price is: ₹ 280.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.