Order Today Collect Tomorrow - Choose Local Pickup
Order Today Collect Tomorrow - Choose Local Pickup
₹ 170.00 Original price was: ₹ 170.00.₹ 136.00Current price is: ₹ 136.00.
লাভ এট ডাৰ্কনেছ
ড° গীতিকা চহৰীয়া
LOVE AT DARKNESS : A COLLECTION OF SHORT STORIES
WRITTEN BY : DR. GITIKA SAHARIA
PUBLICATION : PURBAYON
ISBN : 978-93-92699-82-5
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 151
LANGUAGE : ASSAMESE
Out of stock
“তেওঁ কৈছিল, ৰাধাৰ স্থান, ৰাধাৰ প্ৰতি থকা ভালপোৱা সুকীয়া আৰু তেওঁৰ হৃদয়ত মোৰ স্থানো সুকীয়া আৰু অনন্য। ঠিক বাসুদেৱ কৃষ্ণৰ ৰুক্মিণীজনীৰ দৰে। মই প্ৰায়ে সুধিছিলোঁ কানুক, তোমাক পলুৱাই হ’লেও নিজৰ কৰি নলয় কিয়? তেওঁ হাঁহি হাঁহি কৈছিল, ৰাধা মোৰ কেতিয়া পৰ! সঁচাকৈ ৰাধা, তোমালোকৰ প্ৰেম মোৰ বাবে অবোধ্য, ঠিক ভগৱান কৃষ্ণৰ প্ৰেমৰ দৰেই যেন অপাৰ্থিৱ। ”
“লাভ এট ডাৰ্কনেছ” –ড০ গীতিকা চহৰীয়াৰ ২৭ টা গল্পৰ এই সংকলনটি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে। গল্পসমূহৰ বিষয়বস্তু, ভাষা, কথন-শৈলী আদিৰ বিষয়ে হৰেন্দ্ৰনাথ বৰঠাকুৰে কৈছে —
“গল্প-কথন বা পৰিৱেশনৰ সাৰল্যৰ বাবে স্বাভাৱিকভাৱেই গল্পবোৰ সকলো স্তৰৰ পঢ়ুৱৈৰ বাবে যে গ্ৰহণীয় বা সুখপাঠ্য হৈ পৰিছে তাত সন্দেহ নাই। আক্ষৰিক অৰ্থতে চুটি ‘চুটিগল্প’কেইটা গল্পকাৰৰ নিজস্ব এক কথনভংগীৰে বিবৃত হৈছে। আনহাতে গল্পকেইটাৰ প্ৰেক্ষাপট বা আধাৰো প্ৰায় বৈচিত্ৰ্যহীন হোৱাৰ বাবে এখন উপন্যাস পঢ়াৰ দৰেই একপ্ৰকাৰ আমেজ পাব।
প্ৰেম-ভালপোৱা, মান-অভিমান, নিম্ন মধ্যবিত্ত পৰিয়ালৰ আশা-আকাংক্ষা, জীৱন সংগ্ৰাম, অভিজাত শ্ৰেণীৰ স্বাভিমান, নগৰীয়া-চহৰীয়াৰ মাজৰ মানসিক সংঘাত, প্ৰাচীন আৰু অৰ্বাচীন আচৰণৰ মাজৰ দ্বন্দ্ব আদি পাৰিবাৰিক জীৱনৰ সৰু সৰু সংঘাতবোৰ, সৌভাগ্য-দুৰ্ভাগ্য আৰু বিশ্বাস-অবিশ্বাসৰ চক্ৰবেহুত বিপৰ্যস্ত মধ্যবিত্তৰ পাৰিবাৰিক জীৱন শ্ৰীমতী চহৰীয়াৰ গল্পৰ ঘাই উপজীব্য। ”
“লাভ এট ডাৰ্কনেছ”ৰ মেদহীন,কাহিনী-প্ৰধান গল্পবোৰে পাঠকক নিশ্চিতভাৱে গল্প-পঠনৰ তৃপ্তি প্ৰদান কৰিব।
লাভ এট ডাৰ্কনেছ
ড০ গীতিকা চহৰীয়া
পূৰ্বায়ণ প্ৰকাশন
লাভ এট ডাৰ্কনেছ
ড° গীতিকা চহৰীয়া
LOVE AT DARKNESS : A COLLECTION OF SHORT STORIES
WRITTEN BY : DR. GITIKA SAHARIA
PUBLICATION : PURBAYON
ISBN : 978-93-92699-82-5
প্ৰথম প্ৰকাশ : ডিচেম্বৰ, 2021
PAGES : 151
LANGUAGE : ASSAMESE
Powered by YARPP.
₹ 200.00 Original price was: ₹ 200.00.₹ 140.00Current price is: ₹ 140.00.
₹ 220.00 Original price was: ₹ 220.00.₹ 150.00Current price is: ₹ 150.00.
In stock
Out of stock
In stock
Out of stock
Out of stock
Out of stock
In stock
Out of stock
In stock
In stock
In stock
In stock
© scientiabooks.in an online Book Store in Guwahati, Assam India.