Order Today Collect Tomorrow - Choose Local Pickup
Order Today Collect Tomorrow - Choose Local Pickup
₹ 170.00 Original price was: ₹ 170.00.₹ 119.00Current price is: ₹ 119.00.
জোনবিলৰ ভেনাছ
অংকিতা বৰুৱা
JOONBILOR VENUS : A COLLECTION OF ASSAMESE SHORT STORIES
WRITTEN BY : ANKITA BAROAH
PUBLICATION : PURBAYON
ISBN : 978-93-95103-84-8
প্ৰথম প্ৰকাশ : নৱেম্বৰ, 2022
PAGES : 109
LANGUAGE : ASSAMESE
In stock
এগৰাকী সম্ভাৱনাপূৰ্ণ নতুন লেখিকাৰ এমুঠি বিতোপন গল্প
অংকিতা বৰুৱাৰ
জোনবিলৰ ভেনাছ
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
যিসকল তৰুণ গল্পকাৰে প্ৰচুৰ সম্ভাৱনা আৰু তীক্ষ্ণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰত অংকিতা বৰুৱা অগ্ৰণী৷ গল্পকাৰগৰাকীৰ ১২টা গল্পৰ সংকলন ‘জোনবিলৰ ভেনাছ’৷ অতি সংবেদনশীল গল্পকাৰগৰাকীয়ে এই গ্ৰন্থখনত সংকলিত কৰা গল্পসমূহত নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে৷ প্ৰাণসঞ্চাৰী ভাষা আৰু আকৰ্ষণীয় আংগিকেৰে গল্পকাৰে লিখা গল্পসমূহ অতি সুখপাঠ্য আৰু আৱেগত আলোড়ন তুলিব পৰা ধৰণৰ৷ মানুহৰ বিষণ্ণতা, নিসংগতা, একাকীত্ব, জীৱনৰ অৰ্থ আৰু উদ্দেশ্যহীনতাক তেওঁ গল্পত উত্থাপন কৰিছে৷ গল্পসংকলনখনত সন্নিৱিষ্ট প্ৰখ্যাত সমালোচত ড॰ আনন্দ বৰমূদৈৰ পাতনিয়ে ইয়াৰ মৰ্যাদা আৰু গুৰুত্ব স্বৰূপাৰ্থতে বৃদ্ধি কৰিছে৷ নতুন গল্পকাৰৰ গল্পচৰ্চাৰ গতিধাৰা আৰু প্ৰতিভাৰ উমান পাবলৈ হ’লে সকলো সচেতন পঢ়ুৱৈয়ে পঢ়িব লাগিব অংকিতা বৰুৱাৰ ‘জোনবিলৰ ভেনাছ’৷ অংকিতা বৰুৱাৰ গল্পই সাহিত্যৰসিকৰ ৰসজিজ্ঞাসাক অনায়াসে পৰিতৃপ্ত কৰি তুলিব।
Powered by YARPP.
₹ 250.00 Original price was: ₹ 250.00.₹ 175.00Current price is: ₹ 175.00.
₹ 280.00 Original price was: ₹ 280.00.₹ 196.00Current price is: ₹ 196.00.
Out of stock
Out of stock
Out of stock
In stock
In stock
Out of stock
Out of stock
Out of stock
In stock
In stock
In stock
Out of stock
© scientiabooks.in an online Book Store in Guwahati, Assam India.