No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
₹ 150.00 Original price was: ₹ 150.00.₹ 135.00Current price is: ₹ 135.00.
Jayashree
Gautam Chetia
গ্ৰন্থ– জয়শ্ৰী
লেখক: গৌতম চেতিয়া
প্ৰকাশক: জে এছ পাব্লিকেশ্বনছ
জাতীয় সাহিত্য প্ৰকাশন J S Publications
মূল্য–১৫০ মাত্ৰ
প্ৰেমময় স্পৰ্শত অনুভূত হয় জীৱনৰ সৰগীয় ৰং কিন্তু প্ৰেমহীন স্পৰ্শত এগৰাকী নাৰীয়ে জানো শান্তি লভিব পাৰে।
চন্দন শুই পৰে অভীষ্ট পূৰ কৰি। ৰাতিপুৱা আঠ বজালৈকে শুই যায়। কাৰণ তেওঁ পুৰুষ।
তাইক অশান্তিয়ে নিশাটো আমনি কৰে। টোপনি ভালকৈ পূৰ নহয়। পুৱাও সময়মতে উঠিব লাগে।
নহ’লে মাকৰ কেটেৰা-জেঙেৰা কাণত পৰে। দিনটো আকৌ ব্যস্ততা।
Out of stock
₹ 500.00 Original price was: ₹ 500.00.₹ 350.00Current price is: ₹ 350.00.
₹ 200.00 Original price was: ₹ 200.00.₹ 170.00Current price is: ₹ 170.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.