No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
₹ 350.00 Original price was: ₹ 350.00.₹ 297.00Current price is: ₹ 297.00.
Bookmark
Dr. Ratnottama Das Bicrom
বুকমাৰ্ক
ড॰ ৰত্নোত্তমা দাস বিক্ৰম
বিশ্বসাহিত্যৰ অতিসাম্প্ৰতিক ধাৰাৰ লগত অসমীয়া সাহিত্যৰ গৰিমাময় পৰম্পৰাক একেডাল সূতাৰে বান্ধি থোৱা এখন গ্ৰন্থ
PUBLICATION : PURBAYON PUBLICATION পূৰ্বায়ণ প্ৰকাশন
PRICE RS. 350
Out of stock
ঔপন্যাসিক, গৱেষক, অনুবাদক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ৰত্নোত্তম দাস বিক্ৰমৰ বুকমাৰ্ক এখন ব্যতিক্ৰমী আৰু সমানে গুৰুত্বপূৰ্ণ গ্ৰন্থ৷ সমসাময়িক সময়ৰ বিশ্বসাহিত্যৰ ভালেমান গুৰুত্বপূৰ্ণ লেখকৰ বাছকবনীয়া কিছুসংখ্যক সৃষ্টিক তেওঁ এই গ্ৰন্থৰ পাতত ঠাই দিছে৷ তেওঁৰ বিস্তৃত পঠন অভিজ্ঞতাৰ গভীৰ সুঁতিটোৰ প্ৰবাহ প্ৰতিটো লেখাত প্ৰতিভাত৷ চাৰিটা ভাগত ভগাই তেওঁ লেখাসমূহ এই গ্ৰন্থত সন্নিৱিষ্ট কৰিছে৷ প্ৰথম ভাগত সাম্প্ৰতিক বিশ্বসাহিত্য ঃ বিদেশী আৰn এছীয়মূলীয় লেখকৰ সৃষ্টিৰ স্বাদ, দ্বিতীয় ভাগত ভাৰতীয় সাহিত্যৰ পঠন, তৃতীয় ভাগত অসমীয়া সাহিত্য ঃ আপোন ভাষাটোৰ সাহিত্যৰ পুনৰ্পঠন আৰু চতুৰ্থ ভাগত শিশু আৰু কিশোৰ সাহিত্যৰ আলোচনা অন্তৰ্ভুক্ত হৈছে৷ আটাইতকৈ মন কৰিবলগীয়া কথাটো এয়ে যে প্ৰচুৰ সৃজনীশীল লেখিকাগৰাকীৰ এই লেখাবোৰ নিৰস সাহিত্য আলোচনা নহয় বৰং ইয়াৰ পঠনযোগ্যতা আৰু গভীৰতা দুয়োটাই চমকপ্ৰদ৷ বিশ্বসাহিত্যৰ অতিসাম্প্ৰতিক ধাৰাৰ লগতে অসমীয়া সাহিত্যৰ গৰিমাময় সাহিত্য পৰম্পৰাক একেডাল সূতাৰে বান্ধি থোৱা এই গ্ৰন্থখন সাহিত্যৰসিকৰ বাবে আগ্ৰহৰ বিষয় হৈ উঠাটো অৱধাৰিত৷
Powered by YARPP.
₹ 2,000.00 Original price was: ₹ 2,000.00.₹ 1,500.00Current price is: ₹ 1,500.00.
₹ 400.00 Original price was: ₹ 400.00.₹ 260.00Current price is: ₹ 260.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.