Order Today Collect Tomorrow - Choose Local Pickup
Order Today Collect Tomorrow - Choose Local Pickup
₹ 140.00 Original price was: ₹ 140.00.₹ 119.00Current price is: ₹ 119.00.
Bhurman Cheleubang by Ankur Ranjan Phukan
ভূৰমান চেলেউবাং
অংকুৰ ৰঞ্জন ফুকন (Author)
Purbayon Publication
Price Rs. 140
Out of stock
‘অংকুৰৰ কথাটো অলপ বেলেগ, অংকুৰৰটো একদম আমাৰ কোনো কবিৰ সৈতে…আমাৰ ভৱিষ্যতৰ কৰোবাৰ লগত মিলেনে নিমিলে ক’ব নোৱাৰো, অতীজৰতো কাৰোৰ লগত মিল নাই…কবিতালৈ জীৱন আনিব খুজিছে।’
বিশিষ্ট কবি অনুভৱ তুলসীয়ে অংকুৰ ৰঞ্জন ফুকনৰ কবিতাৰ বিষয়ে কোৱা এই কথাখিনিয়ে তৰুণ কবিগৰাকীৰ এককত্বৰ প্ৰমাণ দিয়ে। কবি আৰু কবিতাৰ ভিৰৰ মাজত তেওঁৰ কবিতা প্ৰখৰতাৰে জিলিকি থাকে। প্ৰথমখন কাব্যগ্ৰন্থৰে মুনীন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিজৰ কবিতাৰ নতুন বাটটোৰ উমান দিবলৈ সক্ষম হোৱা অংকুৰ ৰঞ্জন ফুকনে ভূৰমান চেলেউবাং সংকলনতো পঢ়ুৱৈৰ বাবে কঢ়িয়াই আনিছে ছাৰপ্ৰাইজ।
অসমীয়া কবিয়ে লোৱা নতুন বাটৰ সৈতে পৰিচিত হ’বলৈ অংকুৰ ৰঞ্জন ফুকনৰ এই সংকলনখন পঢ়াটো অতি জৰুৰী।
অংকুৰ ৰঞ্জন ফুকনৰ
ভূৰমান চেলেউবাং
দাম : ১৪০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
Powered by YARPP.
₹ 500.00 Original price was: ₹ 500.00.₹ 350.00Current price is: ₹ 350.00.
₹ 299.00 Original price was: ₹ 299.00.₹ 280.00Current price is: ₹ 280.00.
Out of stock
Out of stock
In stock
Out of stock
Out of stock
Out of stock
In stock
Out of stock
In stock
Out of stock
In stock
© scientiabooks.in an online Book Store in Guwahati, Assam India.