সাফল্যৰ গোপন মন্ত্ৰৰে, গুণীজনৰ জীৱনৰ কথাৰে,
এখন প্ৰেৰণা উদ্দীপক গ্ৰন্থ
সাংবাদিকতাৰ বৰ্ণময় অভিজ্ঞতাই তেওঁক দিছে সূক্ষ্ম নিৰীক্ষণৰ শক্তি। বিস্তৃত অধ্যয়ন যুক্তিনিষ্ঠতাই দিছে ব্যক্তি আৰু বিষয়ক গভীৰভাৱে নিৰীক্ষণ কৰাৰ ক্ষমতা। দিছে গতিশীলতা। তেওঁ দীপক শৰ্মা। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰেৰণাদায়ক বক্তৃতাৰে সকলোকে উদ্বেলিত কৰিবলৈ সক্ষম হোৱা দীপক শৰ্মাৰ কলমেৰে নিগৰা এখন অনন্য গ্ৰন্থ।
জীৱনৰ সকলো কঠিনতা জিনি সফলতাৰ শিখৰলৈ আৰোহনৰ মন্ত্ৰ এই গ্ৰন্থৰ পাতে পাতে। জীৱন ভাল পোৱা প্ৰতিজনৰ বাবেই এই গ্ৰন্থ হ’ব পাৰে এগছী আলোক শিখা…
আকাশ চুবলৈ হেঁপাহ
দীপক শৰ্মা
দাম: ১৮০.০০ টকা
পূর্বায়ণ প্ৰকাশন

AAKASH SUBOLOI HEPAH – D...
error: Content is protected !!