No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
No products in the cart.
Return To ShopOrder Today Collect Tomorrow - Choose Local Pickup
₹ 395.00 Original price was: ₹ 395.00.₹ 296.00Current price is: ₹ 296.00.
মহৰ্ষি বেদব্যাসৰ মহাভাৰত
মৰ্মানুবাদ ( অষ্টাদশ পৰ্ব সম্পূৰ্ণ )
মহেন্দ্ৰ বৰা
ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
ISBN : 978-81-7665-588-0
প্ৰথম প্ৰকাশ : আগষ্ট, ২০১৫
In stock
Maharshi Bedavas Mahabharata
মহৰ্ষি বেদব্যাসৰ মহাভাৰত
মৰ্মানুবাদ ( অষ্টাদশ পৰ্ব সম্পূৰ্ণ )
মহেন্দ্ৰ বৰা
ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
ISBN : 978-81-7665-588-0
প্ৰথম প্ৰকাশ : আগষ্ট, ২০১৫
ডক্টৰ মহেন্দ্ৰ বৰা অসমীয়া সাহিত্য-পাঠকৰ এক পৰিচিত নাম।অনূদিত শিশু-সাহিত্যৰ পৰা মৌলিক কবিতালৈকে, খুচুৰা প্ৰৱন্ধৰ পৰা বিতৰ্ক-সঞ্চাৰী সমালোচনালৈকে, ৰসস্নিগ্ধ ছন্দতত্ত্বৰ পৰা দুৰ্গম লিপিতত্ত্বলৈকে বিচিত্ৰ উপকৰণেৰে পৰিপূৰ্ণ তেওঁৰ লেখাৰ খেলাঘৰ।তেওঁৰ ‘গীতা’ নিঃসন্দেহে এখন বেশিষ্ট্যপূৰ্ণ অনুবাদ-কাব্য, কোনো কোনোৱে কয়, সেইখন অসমীয়া কবিতা-গ্ৰন্থ হিচাপে ভাষান্তৰলৈ অননুবাদ্য। তেওঁৰ ‘মহাভাৰত’খনো অসমীয়া কথাৰ ভাষাৰ নিজস্ব শৈলীৰ এক নতুন নিদৰ্শন।
Powered by YARPP.
₹ 150.00 Original price was: ₹ 150.00.₹ 105.00Current price is: ₹ 105.00.
₹ 300.00 Original price was: ₹ 300.00.₹ 210.00Current price is: ₹ 210.00.
© scientiabooks.in an online Book Store in Guwahati, Assam India.