No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
No products in the cart.
Return To ShopFree shipping on order above Rs. 1500
ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৪ অক্টোবৰ,১৯২৪-৬ আগষ্ট,১৯৯৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক ৷ তেওঁ ১৯৭৯ চনত "মৃত্যুঞ্জয়" উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল ৷ তেওঁ ১৯৬১ চনত "ইয়াৰুইংগম" গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল । ২০০৫ চনত Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায় । ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল ৷
© scientiabooks.in an online Book Store in Guwahati, Assam India.