প্ৰেম, সপোন, অপৰাধ, বিচ্ছেদ আদি নানা উপাদানৰ সমাহাৰ ঘটা
এখন হৃদয়স্পৰ্শী উপন্যাস
চাকিব নাভিদ চিদ্দিকীৰ
ফ্ৰেম
অনুবাদ : নম্ৰতা দত্ত
দাম : ১২০ টকা
প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ গুৱাহাটী-০১
লণ্ডন নিবাসী বাংলাদেশৰ চিকিৎসক চাকিব নাভিদ চিদ্দিকিয়ে মেডিকেল কলেজৰ ছাত্ৰ হৈ থাকোঁতেই লিখা ‘ফ্ৰেম’ এখন ব্যতিক্ৰমী উপন্যাস। বাংলাদেশৰ পৰা পৰা প্ৰকাশ পোৱাৰ পাছৰে পৰা এতিয়ালৈ উপন্যাসখনে ব্যাপক জনপ্ৰিয়তা লাভ কৰি আহিছে। প্ৰেম, সপোন, বিচ্ছেদ, অপৰাধ আদি বিভিন্ন উপাদানৰ সমাহাৰ এই উপন্যাসখনৰ সাৰ্থক অসমীয়া অনুবাদ কৰিছে নম্ৰতা দত্তই। লেখক, সম্পাদক, অনুবাদক হিচাপে সুখ্যাতি অৰ্জন কৰা নম্ৰতা দত্তৰ সাৱলীল অনুবাদে মূল উপন্যাসখনৰ সৌন্দৰ্য অটুট ৰাখিবলৈ সক্ষম হৈছে।
নম্ৰতা দত্তৰ অনুবাদত জিপাল হৈ পৰা ‘ফ্ৰেম’-এ প্ৰতিজন পঢ়ুৱৈকে আহ্লাদিত কৰিব আৰু নতুন পঠন অভিজ্ঞতা প্ৰদান কৰিব।

ফ্ৰেম
চাকিব নাভিদ চিদ্দিকী
অনুবাদ : নম্ৰতা দত্ত
FRAME : A NOVEL WRITTEN BY SAQUIB NAVID SIDDIQUI
TRANSLATED FROM ORIGINAL BANGLA BY : NAMRATA DATTA
PUBLISHED BY : DR.AMRIT KUMAR UPADHYAY
PUBLICATION : PURBAYON PUBLICATION
ISBN : 978-93-92699-71-9
প্ৰথম প্ৰকাশ :আগষ্ট, 2022
PAGES : 56
LANGUAGE : ASSAMESE

FRAME BY SAQUIB NAVID SIDDIQUI...

Original price was: ₹ 120.00.Current price is: ₹ 96.00.

Out of stock

error: Content is protected !!