লেখক: জ্যোতিপ্ৰসাদ আগৰৱালা – অসমীয়া ডেকাৰ উক্তি শক্তি পুত্ৰ মই ভক্তি বুকুত লই মুক্তি প্ৰয়াসী হই অৰ্জ্জুন মই, গাণ্ডীবী মই, ময়েই ধনঞ্জয়— মৃত্যু কৰিছোঁ জয় ; ময়ে অসমৰ ময়ে ভাৰতৰ ময়ে ডেকা ল’ৰা অগ্নিময় ৷ ময়ে ভাৰতৰ নবীন সূৰ্য্য পূৰ্ব্বাচলত বজাওঁ তূৰ্য্য্ মোৰ পোহৰৰ গানে আকাশে আকাশে, দেশে মহাদেশে মুগ্ধ... Continue reading