মানৱ মনৰ ভাব প্ৰকাশৰ উপযোগীকৈ ব্যক্তি হৃদয়ত উখল-মাখল লগাই থকা কথাৰ পৰিমাণ অতি সৰহ৷ কিন্তু সেই অনুপাতে শব্দৰ সংখ্যা সীমিত৷ তথাপি কিন্তু মানুহৰ মনে সেই ভাব প্ৰকাশ কৰিবলৈ ৰৈ থকা নাই৷ এই প্ৰসংগত মানুহৰ সবাতোকৈ শক্তিশালী আৰু নিৰ্ভৰযোগ্য আশ্ৰয় হ’ল সমাৰ্থক শব্দ৷ অসমীয়া ভাষাৰ সমাৰ্থক শব্দৰ তালিকাখন অতিশয় দীঘলীয়া৷ এই সংকলনখনিত ঘাইকৈ দৈনন্দিন জীৱনত সঘনে ব্যৱহাৰ হোৱা শব্দসমূহৰ অন্তৰ্ভুক্তিক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে৷
অসমীয়া ভাষাৰ সমাৰ্থক শব্দ
ড॰ চুমি কলিতা
পূৰ্বায়ণ প্ৰকাশন
দাম ২৭০ টকা

Asomiya Bhasar Samarthak Sabda...

Original price was: ₹ 270.00.Current price is: ₹ 229.00.

Out of stock

error: Content is protected !!